பொருள் : মটমট শব্দ উৎপন্ন কৰা
எடுத்துக்காட்டு :
বাহনিডৰাত জুই লগাৰ কাৰণে বাঁহবোৰ মৰ-মৰ কৰিবলৈ ধৰিছে
ஒத்த சொற்கள் : মট-মট কৰা
பொருள் : কোনো বস্তু আদিৰ মচমচকৈ শ্্ব্দ হোৱা কার্য
எடுத்துக்காட்டு :
মই বহাৰ লগে-লগে খাতিয়াখনে মটমটাবলৈ ধৰিছে
ஒத்த சொற்கள் : কেটকেটোৱা