பொருள் : যি লিপিত লাও ভাষা লিখা হয়
எடுத்துக்காட்டு :
লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
ஒத்த சொற்கள் : লাও লিপি
பொருள் : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
எடுத்துக்காட்டு :
লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
பொருள் : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
எடுத்துக்காட்டு :
সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
ஒத்த சொற்கள் : লাওচিয়ান