பொருள் : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
எடுத்துக்காட்டு :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ஒத்த சொற்கள் : প্রলোভন
பொருள் : প্রবল অভিলাষ বা তীব্র ইচ্ছা
எடுத்துக்காட்டு :
মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল