பொருள் : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
எடுத்துக்காட்டு :
তেওঁ লিচুত উঠি লিচু খাই আছে সি লিচু গছত উঠি আছে
ஒத்த சொற்கள் : লিচু গছ
பொருள் : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
எடுத்துக்காட்டு :
লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ