பொருள் : যাৰ হাত নাই
எடுத்துக்காட்டு :
ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
பொருள் : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
எடுத்துக்காட்டு :
ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
ஒத்த சொற்கள் : বাহুহীন