பொருள் : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
எடுத்துக்காட்டு :
ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
ஒத்த சொற்கள் : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
பொருள் : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
எடுத்துக்காட்டு :
দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
பொருள் : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
எடுத்துக்காட்டு :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
ஒத்த சொற்கள் : পঠোৱা