అర్థం : শুকান ঘাঁহ আদিৰ টুকুৰা
ఉదాహరణ :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
పర్యాయపదాలు : খেৰ-কুটা
అర్థం : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ఉదాహరణ :
মোৰ চকুত কুটা সোমাইছে
అర్థం : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ఉదాహరణ :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
పర్యాయపదాలు : কুটি থকা
అర్థం : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ఉదాహరణ :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
పర్యాయపదాలు : কুটি খোৱা