అర్థం : যি লিপিবদ্ধ নহয়
ఉదాహరణ :
শ্যামে অলিখিত লোককথাবোৰ লিপিবদ্ধ কৰি জনমানসৰ আগত দাঙি ধৰিলে
పర్యాయపదాలు : অলিপিবদ্ধ
అర్థం : যি লিখিত নহয় কিন্তু প্রথাৰ ওপৰত আধাৰিত
ఉదాహరణ :
এই ক্লাবটোত কিছুমান অলিখিত নিয়ম আছে