అర్థం : যিজন মানুহৰ এটা চকু বেয়া
ఉదాహరణ :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
అర్థం : অত্যন্ত সৰু অংশ বা টুকুৰা
ఉదాహరణ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
పర్యాయపదాలు : অণু, অণু-পৰমাণু, কণ
అర్థం : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়
ఉదాహరణ :
বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল
పర్యాయపదాలు : এটা চকুৱা