అర్థం : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
ఉదాహరణ :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
పర్యాయపదాలు : দীপকমালা
అర్థం : জ্বলি থকা দীপকৰ শাৰী
ఉదాహరణ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
పర్యాయపదాలు : দীপাৱলী