পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অজ্ঞানতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অজ্ঞানতা   বিশেষ্য

অর্থ : বিদ্যাৰ অভাৱ

উদাহরণ : আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে

সমার্থক : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা

অর্থ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক

উদাহরণ : অজ্ঞানতাই সকলো দুখৰ কাৰণ

অর্থ : জ্ঞান নোহোৱা অৱস্থা বা ভাব

উদাহরণ : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

সমার্থক : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা

অর্থ : অবোধ হোৱাৰ অৱস্থা বা ভাব

উদাহরণ : অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়

সমার্থক : অবোধতা

चौपाल