অর্থ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
উদাহরণ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
সমার্থক : অলংকাৰপূর্ণ, আভূষিত, বিভূষিত, ভূষিত, সজ্জিত
অর্থ : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
উদাহরণ :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
সমার্থক : বিভূষিত