অর্থ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
উদাহরণ :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
সমার্থক : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
অর্থ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
উদাহরণ :
ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে