পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উঠা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উঠা   ক্ৰিয়া

অর্থ : উৎপন্ন হোৱা

উদাহরণ : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

সমার্থক : অহা

অর্থ : কাম-বন শেষ হোৱা

উদাহরণ : সভাখন উঠি গʼল বজাৰ উঠি গʼল

সমার্থক : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

অর্থ : কোনো বাহনত উঠা ???

উদাহরণ : ৰজতে ঘোঁৰাত উঠিলে

সমার্থক : আৰোহণ কৰা

অর্থ : হিচাপত অহা বা সোমোৱা এক অৱস্থা

উদাহরণ : এক কিলোত মাত্র পাঁচটা আম উঠিল

অর্থ : তলৰ পৰা ওপৰৰফালে যোৱা

উদাহরণ : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

সমার্থক : বগোৱা

অর্থ : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

উদাহরণ :

সমার্থক : থিয় হোৱা

অর্থ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

উদাহরণ : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

সমার্থক : ওখ হোৱা

অর্থ : কোনো চিহ্ন আদি ওলাই অহা

উদাহরণ : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

অর্থ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

উদাহরণ : কালিৰ পৰা গাইজনী জাগিছে

সমার্থক : জাগা

অর্থ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

উদাহরণ : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

অর্থ : মনলৈ অহা বা ধ্যানত উদয় হোৱা

উদাহরণ : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

অর্থ : টোপনিৰ পৰা উঠা কার্য

উদাহরণ : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

সমার্থক : জগা, শুই উঠা, সাৰ পোৱা

অর্থ : ওপৰলৈ যোৱা বা বগোৱা

উদাহরণ : সূর্য ্লাহে-লাহে উঠি আছে

অর্থ : তলৰ পৰা ওপৰলৈ অনা কার্য

উদাহরণ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

সমার্থক : উঠোৱা

অর্থ : বেয়া প্রভাৱ পৰা

উদাহরণ : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

সমার্থক : অহা

উঠা   বিশেষণ

অর্থ : সামান্যভাৱে উঠা বা উফন্দি থকা

উদাহরণ : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

সমার্থক : উঠঙা, উফন্দা

चौपाल