পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উপঢৌকন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উপঢৌকন   বিশেষ্য

অর্থ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন

উদাহরণ : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে

সমার্থক : উৎকোচ

অর্থ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

উদাহরণ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

সমার্থক : পাৰিতোষিক, ভেটি

অর্থ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য

উদাহরণ : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়

चौपाल