অর্থ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
উদাহরণ :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
সমার্থক : শ্বাস
অর্থ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
উদাহরণ :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
সমার্থক : শ্বাস