অর্থ : কোনো কার্য, ্স্থান বা দেশৰ ওপৰত এজন ব্যক্তি, দল বা সমাজৰ আধিপত্য
উদাহরণ :
এসময়ত ভাৰতৰ ওপৰত ইংৰাজৰ একাধিপত্য আছিল
অর্থ : কোনো বস্তু, কার্য ্বা ব্যৱসায় আদিত কোনো ব্যক্তি, দল বা সমাজৰ থকা সম্পূর্ণ অধিকাৰ
উদাহরণ :
এই ব্যৱসায়টোত তেখেতৰ একাধিপত্য আছে
সমার্থক : একাধিকাৰ