পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কবৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কবৰ   বিশেষ্য

অর্থ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ

উদাহরণ : তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়

সমার্থক : সমাধি, সমাধিস্তম্ভ

অর্থ : মুছলমান, খ্রীষ্টান, ইহুদীসকলে তেওঁলোকৰ মৃত লোকসকলক সৎকাৰ কৰা গাঁত বিশেষ

উদাহরণ : মহান চুফী সাধুজনক সৎকাৰৰ কাৰণে অসংখ্যলোকে কবৰ খান্দিলে

অর্থ : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়

উদাহরণ : তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে

সমার্থক : কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, শৱসৎকাৰভূমি, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান

चौपाल