পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কমি অহা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কমি অহা   ক্ৰিয়া

অর্থ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা

উদাহরণ : বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে

সমার্থক : তাকৰ হোৱা, ন্যূন হোৱা

অর্থ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা

উদাহরণ : তেওঁৰ ্উপার্জন কমি আহিছে

সমার্থক : সংকুচিত হোৱা

কমি অহা   বিশেষণ

অর্থ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে

উদাহরণ : তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে

সমার্থক : হ্রাস পোৱা

चौपाल