পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কল্পনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কল্পনা   বিশেষ্য

অর্থ : বাস্তৱত নথকা কিন্তু কল্পনাৰ দ্বাৰা মূর্ত ্হোৱা বস্তু

উদাহরণ : কিছুমান লোকৰ মতে ভূত এক কল্পনা কিছুমান কবিৰ কল্পনাই তেওঁলোকৰ কবিতাসমূহৰ কেন্দ্রবিন্দু

সমার্থক : কল্পিত বস্তু, কাল্পনিক বস্তু

অর্থ : কোনো নেদেখা-নুশুনা বস্তুৰ স্বৰূপ উপল্্ব্ধি কৰিব পৰা মনৰ এক প্রকাৰ ভাব বা শক্তি

উদাহরণ : খনিকৰে কল্পনাৰে শিলত খোদাই কৰি মূর্তৰূপ ্ প্রদান কৰে

चौपाल