পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাজিয়াখোৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাজিয়াখোৰ   বিশেষ্য

অর্থ : অনাহকত তর্ক কৰি থকা ব্যক্তি

উদাহরণ : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়

সমার্থক : কুতৰ্কী, বিতণ্ডাবাদী

কাজিয়াখোৰ   বিশেষণ

অর্থ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে

উদাহরণ : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ

সমার্থক : কন্দলীয়া, দন্দখোৰ

অর্থ : সমানে সমানে কাজিয়া কৰোঁতা

উদাহরণ : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল

সমার্থক : কলহপ্রিয়, ্কর্কশ

অর্থ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে

উদাহরণ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল

সমার্থক : উগ্রা, দন্দুৰী

चौपाल