অর্থ : কাবুলত জন্ম হোৱা
উদাহরণ :
কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
অর্থ : কাবুল বা কাবুল সম্বন্ধী
উদাহরণ :
তেওঁ এক কিলো কাবুলী বুট কিনিলে
অর্থ : কাবুলৰ বাসিন্দা
উদাহরণ :
কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে