পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাম   বিশেষ্য

অর্থ : ইন্দ্রিয়সমূহৰ নিজ নিজ বাসনাৰ প্রতি আসক্তি

উদাহরণ : কাম, ক্রোধ, লোভ, মোহ আদি মানুহৰ শত্রু

অর্থ : সহবাস বা মৈথুনৰ ইচ্ছা

উদাহরণ : ব্রহ্মচাৰীয়ে কাম-বাসনাৰ ওপৰত জয়লাভ কৰিহে নিজৰ ব্রত পালন কৰে

সমার্থক : কাম-বাসনা, কামুকতা

অর্থ : যিটো কৰা যাব

উদাহরণ : তেওঁ ্সদায় ভাল কামেই কৰে

সমার্থক : কর্ম, কার্য, কৃত্য, কৰম

অর্থ : কোনো ব্যক্তি বা বস্তুৰ পৰিশ্রম, কার্য-্কলাপ আদিৰ দ্বাৰা নির্মিত হোৱা বা অস্তিত্বলৈ অহা উৎপাদন

উদাহরণ : আপোনাৰ কাম বৰ ধুনীয়া মই আপোনাক মোৰ সকলোতকৈ ভাল কাম দেখুৱাই আছো

चौपाल