পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কামনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কামনা   বিশেষ্য

অর্থ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

উদাহরণ :

সমার্থক : অভিলাষ, আকাংক্ষা, আশ, আশা, আশা-দশা, আশা-ভাৰসা, বাঞ্ছা, ভাৰসা

অর্থ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

উদাহরণ :

সমার্থক : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

অর্থ : কিবা পাবৰ কাৰণে কৰা ইচ্ছা

উদাহরণ : বাসনাৰ কেতিয়াও অন্ত নহয়

সমার্থক : বাসনা

चौपाल