পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কালিমা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কালিমা   বিশেষ্য

অর্থ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ

উদাহরণ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়

সমার্থক : অপযশ, কলংক, দাগ, লাঞ্ছনা

অর্থ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ

উদাহরণ : বেৰত লগা এলান্ধুবোৰ চাফা কৰা

সমার্থক : আলান্ধু, এলান্ধু, কʼলা-ছাই

অর্থ : কʼলা হোৱা অৱস্থা

উদাহরণ : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে

সমার্থক : কʼলা পৰা

चौपाल