অর্থ : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
উদাহরণ :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
অর্থ : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
উদাহরণ :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
সমার্থক : নিশান্ধতা
অর্থ : যি ৰাতি দেখা নাপায়
উদাহরণ :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
সমার্থক : নিশান্ধ