পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কৃতার্থ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কৃতার্থ   বিশেষণ

অর্থ : নিজক কৰা উপকাৰ মানি লোৱা লোক

উদাহরণ : আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ

সমার্থক : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত

অর্থ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট

উদাহরণ : আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে

সমার্থক : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত

অর্থ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়

উদাহরণ : ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল

সমার্থক : ধন্য

चौपाल