পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কৃষ্ণফলক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কৃষ্ণফলক   বিশেষ্য

অর্থ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ

উদাহরণ : কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়

সমার্থক : ব্লেকবʼর্ড, ব্লেকবোর্ড

অর্থ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক

উদাহরণ : গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে

সমার্থক : ব্লেকবʼর্ড

चौपाल