সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত কঠোৰতা বা উগ্রতা নাথাকে
উদাহরণ : তেওঁ বৰ সৰল ্তথা নৰম স্বভাৱৰ
সমার্থক : নৰম
অর্থ : যিটো টান বা কর্কশ নহয়
উদাহরণ : তেওঁৰ ্ হাতখন বৰ কোমল
সমার্থক : নৰম, মোলায়ম, মোলায়েম
অর্থ : সাধাৰণ মাত বা স্বৰতকৈ তলৰ
উদাহরণ : সীতাই মৃদু কণ্ঠত গীত গাই আছে
সমার্থক : মন্দ্র, মৃদু
ইনস্টল