পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোমলতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোমলতা   বিশেষ্য

অর্থ : বিনয়ৰ ভাবত কৰা ব্যৱহাৰ

উদাহরণ : বিষয়াজনে নম্রতা দেখুৱালে আৰু আমাৰ কথা মনোযোগেৰে শুনিলে

সমার্থক : নম্রতা, বিনম্রতা

অর্থ : নিমজ বা কোমল হোৱা কার্য

উদাহরণ : ইমান ঘঁ্হাৰ পিছতো বাচনটোত লাগি থকা তেলৰ কোমলতাবোৰ নগʼল

সমার্থক : মসৃণতা, মেদুৰতা, স্নিগ্ধতা

অর্থ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ

উদাহরণ : সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে

সমার্থক : অদৃঢ়তা, অপৰিপক্কতা

অর্থ : কোমল হোৱা অৱস্থা বা ভাব

উদাহরণ : ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে

অর্থ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব

উদাহরণ : ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল

चौपाल