পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোষ   বিশেষ্য

অর্থ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

উদাহরণ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

সমার্থক : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

অর্থ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

উদাহরণ : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

সমার্থক : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

অর্থ : বহুত ধন থকা কোষ বা স্থান

উদাহরণ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

সমার্থক : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

অর্থ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

উদাহরণ : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

সমার্থক : জীৱৰ একক

অর্থ : সঞ্চিত ধন, জ্ঞান আদি

উদাহরণ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

সমার্থক : খাজানা, নিধি, ভাণ্ডাৰ

অর্থ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

উদাহরণ : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়

चौपाल