অর্থ : কোৰিয়া দেশৰ অধিবাসী
উদাহরণ :
সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
সমার্থক : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
অর্থ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
উদাহরণ :
অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
সমার্থক : কোৰিয়ান লিপি
অর্থ : কোৰিয়া দেশৰ ভাষা
উদাহরণ :
কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
সমার্থক : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
অর্থ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
উদাহরণ :
কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
অর্থ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে