পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খণ্ডন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খণ্ডন   বিশেষ্য

অর্থ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা

উদাহরণ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে

সমার্থক : প্রতিবাদ, বিৰোধ

অর্থ : ভঙা-চিঙা বা কটা-কটি কৰা কার্য

উদাহরণ : পুলিচে মূর্তি খণ্ডনত লাগি থকা মানুহক ধৰি লৈ গʼল

चौपाल