পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গোবৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গোবৰ   বিশেষ্য

অর্থ : গায়, মʼহ আদিৰ মল বা বিষ্ঠা

উদাহরণ : তেওঁ ্গোবৰেৰে ভৰাঁল লিচি আছে

অর্থ : গৰুৰ মল বা বিষ্ঠা

উদাহরণ : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়

সমার্থক : গো-পুৰীষ, গো-বিষ্ঠা, গোমল, গোময়, সাৰ

অর্থ : ঘোঁৰা, গাধ, উট, হাতী আদি পশুৰ মল

উদাহরণ : গোবৰৰ পৰা জৈৱক সাৰ প্রস্তুত কৰিব পাৰি

चौपाल