পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জিল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জিল   বিশেষ্য

অর্থ : কিতাপ ভালে ৰাখিবৰ কাৰণে লগোৱা একধৰণৰ আৱৰণ

উদাহরণ : এই কিতাপখন ফাটি গৈছে, ইয়াত জিলি লগাই দিয়া

সমার্থক : কʼভাৰ, কভাৰ

অর্থ : কোনো কিতাপৰ ওপৰ ভাগ ভালদৰে ৰাখিবৰ কাৰণে মেৰিয়াই লোৱা কাগজ বিশেষ যʼত লেখক তথা তেওঁৰ ্নাম লিখা থাকে

উদাহরণ : কিতাপখনৰ জিলটো ফাটি থাকিল

चौपाल