অর্থ : অলপীয়াকৈ লগা খুন্দা
উদাহরণ :
জোকাৰ খোৱাৰ লগে লগে তেওঁৰ ্টোপনি ভাগিল
অর্থ : গাড়ী আদি গতিশীল বস্তু লৰচৰ কৰিলে লগা ধাক্কা
উদাহরণ :
গাড়ীৰ থেকেচনিত ্তেওঁ ছীটৰ ্পৰা তললৈ সৰি পৰিল
সমার্থক : থেকেচনি