অর্থ : লক্ষণগত বা স্বভাৱগত ধ্বনি
উদাহরণ :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
অর্থ : ঝন-ঝন শ্্ব্দ
উদাহরণ :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
অর্থ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
উদাহরণ :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
সমার্থক : ঝনঝননি