পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তবলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তবলা   বিশেষ্য

অর্থ : তাল দিয়া এবিধ বাদ্য, যʼত দুটা বাদ্য একেলগে বাজে

উদাহরণ : যেতিয়া উস্তাদ জাকিৰ হুছেইনৰ আঙুলি তবলাৰ ওপৰত নাচিবলৈ ধৰে তেতিয়া শ্রোতাই বাহ বাহ কৰি উঠে

অর্থ : তাল ৰাখি বজাবৰ কাৰণে কাঠৰ খোলাত চামৰা মেৰিয়াই সজা এবিধ যুৰীয়া বাদ্য যʼত দায়নাটোৰ আকাৰ ডুগীটোতকৈ সৰু

উদাহরণ : তবলাবাদকে তবলা অভ্যাস কৰি আছে

चौपाल