অর্থ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
উদাহরণ :
তিনিৰ তিনিগুণ ন
অর্থ : দুগুণতকৈ আৰু এগুণ বেছি
উদাহরণ :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
অর্থ : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
উদাহরণ :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
সমার্থক : তিনি গুণ