পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তিব্বতী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তিব্বতী   বিশেষ্য

অর্থ : তিব্বতৰ ভাষা

উদাহরণ : অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে

সমার্থক : তিব্বতী ভাষা

অর্থ : তিব্বতৰ অধিবাসী

উদাহরণ : তিব্বতীসকল বহুত উদ্যমী

তিব্বতী   বিশেষণ

অর্থ : তিব্বতত থকা বা বসতি কৰা

উদাহরণ : তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল

অর্থ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়

অর্থ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়

উদাহরণ : তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল

चौपाल