পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দর্শন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দর্শন   বিশেষ্য

অর্থ : দেখা কার্য

উদাহরণ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

সমার্থক : অৱলোকন, চোৱা-, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য

অর্থ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ

উদাহরণ : আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ

সমার্থক : দৰশন

অর্থ : দেখা অৱস্থা বা ভাব

উদাহরণ : এই বস্তুটো দেখনত ভাল

সমার্থক : অৱলোকন, চাৱনি, দেখন, ্চাৱন

অর্থ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা

উদাহরণ : বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ

সমার্থক : ্তত্ত্বজ্ঞান

অর্থ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ

উদাহরণ : কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই

সমার্থক : দৰশন

चौपाल