অর্থ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
উদাহরণ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
সমার্থক : দালি
অর্থ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
উদাহরণ :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
সমার্থক : দাইলৰ তৰকাৰী