অর্থ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
উদাহরণ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
সমার্থক : দাইল
অর্থ : যি অন্নৰে দাইল আদি বনোৱা হয়
উদাহরণ :
আজিকালি বজাৰত দালিৰ আকাশলঙ্ঘী দাম হৈছে