সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হ্রস্বৰ তুলনাত কিছু দীঘলীয়াকৈ উচ্চাৰণ কৰা স্বৰ
উদাহরণ : ঔমত দী্র্ঘ স্বৰ আছে
সমার্থক : দী্র্ঘ স্বৰ
অর্থ : অধিকভাৱে প্রসাৰিত
উদাহরণ : দীঘল ৰাস্তাটো খোজ কাঢ়ি কাঢ়ি লʼৰা-ছোৱালীবোৰে ভাগৰি পৰিছে
সমার্থক : দীঘল, লম্বা
অর্থ : বেছি সময় লগা
উদাহরণ : বহু শ্্ব্দটোত 'হু'ৰ উচ্চাৰণ দী্র্ঘ
সমার্থক : দীঘলীয়া
ইনস্টল