পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দেখুওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দেখুওৱা   ক্ৰিয়া

অর্থ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা

উদাহরণ : মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে

সমার্থক : নির্দেশ ্কৰা

অর্থ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা

উদাহরণ : তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে

সমার্থক : দর্শন ্ কৰা, দেখুৱা

অর্থ : অনুভৱ কৰোৱা

উদাহরণ : ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে

অর্থ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা

উদাহরণ : শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়

সমার্থক : প্রদর্শন ্কৰা

অর্থ : অনুসন্ধান বা নিৰীক্ষণ কৰা

উদাহরণ : আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?

অর্থ : নিৰীক্ষণ কৰোৱা কার্য

উদাহরণ : প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে

সমার্থক : দেখুৱা

चौपाल