অর্থ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
উদাহরণ :
কইনা দোলাত বহি আছে
অর্থ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
উদাহরণ :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
সমার্থক : পাল্কী