পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নেট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নেট   বিশেষ্য

অর্থ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

উদাহরণ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

সমার্থক : জাল

অর্থ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

উদাহরণ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

সমার্থক : জাল

অর্থ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

উদাহরণ : তেওঁ বলটো গোলৰ জালত মাৰিলে

সমার্থক : গোল-নেট, জাল

অর্থ : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়

উদাহরণ : ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো

সমার্থক : ইন্টাৰনেট

चौपाल