পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পতিহীনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পতিহীনা   বিশেষ্য

অর্থ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে

উদাহরণ : মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে

সমার্থক : বাঁৰী, বিধৱা, স্বামীহীনা

পতিহীনা   বিশেষণ

অর্থ : যাৰ স্বামীৰ মৃত্যু হৈছে

উদাহরণ : বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক

সমার্থক : বাঁৰী, বিধবা, স্বামীহীনা

चौपाल