পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাপাত্মা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাপাত্মা   বিশেষ্য

অর্থ : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

উদাহরণ : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

সমার্থক : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী

পাপাত্মা   বিশেষণ

অর্থ : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ

উদাহরণ : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল

সমার্থক : দুষ্টমতি, দুৰাত্মা

অর্থ : যি পাপ কৰে বা পাপ কৰোতা

উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী

चौपाल