পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাৰিতোষিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাৰিতোষিক   বিশেষ্য

অর্থ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া

উদাহরণ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে

সমার্থক : ইনাম, পুৰস্কাৰ, বকচিচ

অর্থ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

উদাহরণ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

সমার্থক : উপঢৌকন, ভেটি

অর্থ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ

উদাহরণ : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে

সমার্থক : গ্রেচুইটি, বকচিচ

चौपाल